চৰকাৰী চাকৰি & STUDY ZONE 📚📖 India-assamgovjobs.in
157 subscribers
103 photos
16 files
38 links
ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ চাকৰি পাবলৈ GOOGLE surch কৰক WWW.INDIA-ASSAMGOVJOBS.IN
Download Telegram
সাংকেতিক চিহ্ন

(১) প্রশ্ন: কপৌ নাইবা পাৰ চৰাইৰ প্রতীকে কি বিষয়ক বুজায়?

উত্তৰঃ শান্তি।

(২) প্রশ্ন: ৰঙা ত্রিভূজৰ সাংকেতিক ভাষা কি?

উত্তৰ: পৰিয়াল পৰিকল্পনা।

(৩) প্রশ্ন: এগৰাকী চকু বন্ধা তিৰোতাই হাতত তর্জু লৈ থকা কথাটোৱে কিহক বুজায়?

উত্তৰঃ ন্যায় (আইন)।

(৪) প্রশ্ন: চক্র বা চকা চিহ্নটোৱে কি বিষয়ক প্রতিনিধিত্ব কৰে?

উত্তৰঃ উন্নতি বা প্রগতি।

(৫) প্রশ্ন: পদুম ফুল কিহৰ সাংকেতিক চিহ্ন?

উত্তৰঃ সভ্যাতা-সংস্কৃতিৰ।

(৬) প্রশ্ন: ৰঙা যোগ চিহ্ন কিহৰ সংকেত?

উত্তৰঃ বিনামূলীয়া চিকিৎসাৰ।

(৭) প্রশ্ন: অর্ধনমিত পতাকাৰ অর্থ কি?

উত্তৰ: শোক।

(৮) প্রশ্ন: সেউজ পোহৰ মানে কি?

উত্তৰঃ পথ উন্মুক্ত বা যোৱাৰ উপযুক্ত।

(৯) প্রশ্ন: ৰঙা পোহৰৰ দ্বাৰা কি সূচোৱা হয়?

উত্তৰঃ বিপদ অথবা পথ ৰুদ্ধ।

(১০) প্রশ্নঃ ৰঙা পতাকাই সাধাৰণতে কিহক সূচায়?

উত্তৰঃ বিপ্লব অথবা বিপদ।

(১১) প্রশ্ন: কলা পতাকাৰ অর্থ কি?

উত্তৰ: প্রতিবাদ নাইবা শোক।
General knowledge

1. प्रसिद्ध करीबा बांध किस नदी पर स्थित है
🔰 Ans. जाबेजी नदी

2. जर्मनी और पोलैंड के बीच की सीमा रेखा क्या कहलाती है?
🔰 Ans. हिंडनबैंकॉक वर्ग रेखा

3. भारत में केसर का सबसे बड़ा उत्पादक राज्य कौन सा है?
🔰 Ans. जम्मू कश्मीर

4. भारतीय फिल्म एवं विकास निगम की स्थापना किस वर्ष हुई?
🔰 Ans. 1980 में

5. पुरा पाषाणकाल की सबसे बड़ी उपलब्धि थी
🔰 Ans. आग का आविष्कार

6. वायुमंडल में नाइट्रोजन कितने प्रतिशत है?
🔰 Ans. 78%

7. अलीगढ़ आंदोलन की शुरुआत किसने की?
🔰 Ans. सय्यद अहमद खान

8. डायनेमो का सिद्धांत किस निगम पर आधारित है?
🔰 Ans. फैराडे के नियम

9. भारत में मनीआर्डर प्रणाली की शुरुआत किस वर्ष हुई?
🔰 Ans. 1880

10. द वेल्थ ऑफ नेशंस की रचना किसने की?
🔰 Ans. एडम स्मिथ

11. बाल्मीकि ने रामायण की रचना किस भाषा में की थी?
🔰 Ans. संस्कृत

12. भारत के प्रथम उप प्रधानमंत्री कौन थे?
🔰 Ans. सरदार पटेल

13. सिकंदर ने भारत पर आक्रमण कब किया था?
🔰 Ans. 326 ईसा पूर्व में

14. सिक्खों के प्रथम गुरु कौन थे?
🔰 Ans. गुरुनानक देव

15. एंजाइम की संरचना किससे होते हैं?
🔰 Ans. अमीनो अम्ल

16.द डोज लाफ्टर के रचियता कौन है?
🔰 Ans. आर के लक्ष्मण

17. इलाहाबाद के स्तंभ लेख किसने लिखा?
🔰 Ans. हरिसेन

18. शक संवत के अनुसार अंतिम महीना कौन सा है?
🔰 Ans. फाल्गुन

19. भारत के प्रथम दलित मुख्य न्यायाधीश कौन बने?
🔰 Ans. के जी बालकृष्णन

20. मांसपेशियों में कौन सा अम्ल पाया जाता है?
🔰 Ans. मायोसीन Acid
💞List of Indian Cities on Banks of Rivers😋

▶️CityRiverState◀️
👇
AgraYamunaUttar Pradesh
AhmedabadSabarmatiGujarat
AllahabadAt the confluence of Ganga, Yamuna and SaraswatiUttar Pradesh
AyodhyaSaryuUttar Pradesh
BadrinathAlaknandaUttarakhand
BankiMahanadiOdisha
BrahmapurRushikulyaOdisha
ChhatrapurRushikulyaOdisha
BhagalpurGangaBihar
KolkataHugliWest Bengal
CuttackMahanadiOdisha
New DelhiYamunaDelhi
DibrugarhBrahmaputraAssam
FerozpurSutlejPunjab
GuwahatiBrahmaputraAssam
HaridwarGangaUttarakhand
HyderabadMusiTelangana
JabalpurNarmadaMadhya Pradesh
KanpurGangaUttar Pradesh
KotaChambalRajasthan
KottayamMeenachilKerala
JaunpurGomtiUttar Pradesh
PatnaGangaBihar
RajahmundryGodavariAndhra Pradesh
SrinagarJhelumJammu & Kashmir
SuratTapiGujarat
TiruchirapalliKaveriTamil Nadu
VaranasiGangaUttar Pradesh
VijayawadaKrishnaAndhra Pradesh
VadodaraVishwamitriGujarat
MathuraYamunaUttar Pradesh
MirzapurGangaUttar Pradesh
AuraiyaYamunaUttar Pradesh
EtawahYamunaUttar Pradesh
BangaloreVrishabhavathiKarnataka
FarrukhabadGangaUttar Pradesh
FatehgarhGangaUttar Pradesh
KannaujGangaUttar Pradesh
MangaloreNetravati, GurupuraKarnataka
ShimogaTunga RiverKarnataka
BhadravathiBhadraKarnataka
HospetTungabhadraKarnataka
KarwarKaliKarnataka
BagalkotGhataprabhaKarnataka
HonnavarSharavathiKarnataka
GwaliorChambalMadhya Pradesh
GorakhpurRaptiUttar Pradesh
LucknowGomtiUttar Pradesh
KanpurGangaUttar Pradesh
ShuklaganjGangaUttar Pradesh
ChakeriGangaUttar Pradesh
MalegaonGirna RiverMaharashtra
SambalpurMahanadiOdisha
RourkelaBrahmaniOdisha
PuneMula, MuthaMaharashtra
DamanDaman Ganga RiverDaman
MaduraiVaigaiTamil Nadu
ThiruchirapalliKaveriTamil Nadu
ChennaiCooum, AdyarTamil Nadu
CoimbatoreNoyyalTamil Nadu
ErodeKaveriTamil Nadu
TirunelveliThamirabaraniTamil Nadu
BharuchNarmadaGujarat
KarjatUlhasMaharashtra
NashikGodavariMaharashtra
MahadSavitriMaharashtra
NandedGodavariMaharashtra
KolhapurPanchagangaMaharashtra
NellorePennarAndhra Pradesh
NizamabadGodavariTelangana
SangliKrishnaMaharashtra
KaradKrishna, KoynaMaharashtra
HajipurGangaBihar
UjjainShipraMadhya Pradesh
জিলিকাব লুইতৰে পাৰ!

নদী পর্যটনৰ সম্ভাৱনীয়তাক উদগনি যোগাই গুৱাহাটী মহানগৰ নৱ উন্নয়নৰ অনিৰুদ্ধ গতিৰে ক্রমাৎ আগবাঢ়িবলৈ ধৰিছে। শেহতীয়াকৈ মাননীয় কেন্দ্রীয় গৃহমন্ত্রী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই মুকলি কৰা ব্রহ্মপুত্র ৰিভাৰফ্রণ্ট প্রকল্পটি উন্নয়নে কঢ়িয়াই অনা পৰিৱৰ্তনৰ অন্যতম প্রকাশ।

Guwahati has witnessed a rapid transformation in recent years through qualitative infrastructure additions.

The newly inaugurated Brahmaputra Riverfront is yet another addition in transforming urban landscapes into people friendly spaces.
) লোকমান্য :- বালগঙ্গাধৰ তিলক
২) দেশবন্ধু :- চিত্তৰঞ্জন দাস
৩) পণ্ডিত জী, চাচা :- জৱাহৰলাল নেহৰু
৪) লোকনায়ক :- জয় প্ৰকাশ নাৰায়ন
৫) সীমান্ত গান্ধী :- খান আব্দুল গফৰ খান
৬) পঞ্জাৱ কেশৰী :- লালা লাজপত ৰায়
৭) গুৰু দেৱ :- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
৮) বাপু, মহাত্মা :- মোহনদাস কৰমচাঁদ গান্ধী
৯) নাইটিঙ্গেল, লেডী অব দ্যা লেম্প :- সৰোজনী নাইডু
১০) নেতাজী :- সুভাষ চন্দ্ৰ বসু
১১) লৌহ মানৱ :- মদন মোহন মালব্য
১২) ৰাজাজী :- চক্ৰৱত্তী ৰাজা গোপালাচাৰী
১৩) লোকপ্ৰিয় :- গোপীনাথ বৰদলৈ
১৪) দেশভক্ত :- তৰুণৰাম ফুকন
১৫) ৰসৰাজ, সাহিত্যৰথী :- লক্ষ্মীনাথ বেজবৰুৱা
১৬) কৰ্মবীৰ :- নবীন চন্দ্ৰ বৰদলৈ
১৭) কলাগুৰু :- বিষ্ণু প্ৰসাদ ৰাভা
১৮) ৰূপকোঁ‍ৱৰ :- জ্যোতিপ্ৰসাদ আগৰৱালা
১৯) অসম কেশৰী :- অম্বিকাগিৰি ৰায়চৌধুৰী
২০) বিহগী কবি :- ৰঘুনাথ চৌধাৰী
২১) উপন্যাস সম্ৰাট :- ৰজনীকান্ত বৰদলৈ
২২) নটসূৰ্য্য :- ফণী শৰ্মা
২৩) বাগ্মীবৰ :- নীলমণি ফুকন
২৪) ভাঙনি কোঁৱৰ :- আনন্দ চন্দ্ৰ আগৰৱালা
২৫) বিপ্লৱী কবি, বিদ্ৰোহী কবি :- প্ৰসন্নলাল চৌধুৰী
২৬) অগ্নি কবি :- কমলাকান্ত ভট্টাচাৰ্য
২৭) অসম গৌৰৱ :- হেম বৰুৱা
২৮) কথা শিল্পী :- আব্দুল মালিক
২৯) নাট্য প্ৰভাকৰ :- সত্যপ্ৰসাদ বৰুৱা
৩০) সিংহ পুৰুস :- ৰাধা গোবিন্দ বৰুৱা
৩১) নিজৰাৰ কবি :- শৈলধৰ ৰাজখোঁৱা
৩২) জ্ঞান মালিনীৰ কবি :- মফিজুদ্দিন আহমদ হাজৰিকা
৩৩) ফুলনিৰ কবি :- পদ্মনাথ চলিহা
৩৪) লৌহ মানৱ :- বিষ্ণুৰাম মেধি
৩৫) ৰসাল কবি :- দণ্ডিনাথ কলিতা
৩৬) বনফুলৰ কবি :- যতীন্দ্ৰ নাথ দুৱৰা
৩৭) সংগীতচাৰ্য :- লক্ষ্মীৰাম বৰুৱা
৩৮) খৰিকা জাঁইৰ কবি :- ভবানন্দ ৰাজখোঁৱা
৩৯) অভিনয়চাৰ্য :- ব্ৰজনাথ শৰ্মা
৪০) কবিতা কোঁৱৰ :- অম্বেশ্বৰ চেতিয়া ফুকন
৪১) ত্যাগবীৰ :- হেমচন্দ্ৰ বৰুৱা
৪২) পাপৰিৰ কবি :- গণেশ চন্দ্ৰ গগৈ
৪৩) গীত কবি :- পাৰ্ৱতি প্ৰসাদ বৰুৱা
৪৪) ধ্বনি কবি :- বিনন্দ্ৰ চন্দ্ৰ বৰুৱা
৪৫) প্ৰতিমাৰ খনিকৰ :- চন্দ্ৰকুমাৰ আগৰৱালা
৪৬) লোক নায়ক :- অমিয় কুমাৰ দাস
৪৭) বীৰবালা :- কনকলতা
৪৮) শোণিত কোঁৱৰ :- গজেন বৰুৱা
৪৯) দেশপ্ৰাণ :- লক্ষ্মীধৰ শৰ্মা
৫০) জননায়ক :- দেৱেশ্বৰ শৰ্মা
৫১) পথাৰৰ কবি :- ৰাম গগৈ
৫২) বকুল বনৰ কবি :- আনন্দ্ৰ চন্দ্ৰ বৰুৱা
৫৩) শেৱালি কবি :- ৰত্নকান্ত বৰকাকতী
৫৪) বনকোঁৱৰ :- আনন্দিৰাম দাস
৫৫) সৰস্বতী :- নিৰ্মলপ্ৰভা বৰদলৈ
৫৬) ক্ৰিকেটৰ ভগৱান :- শচীন ৰমেশ তেণ্ডুলকাৰ
৫৭) হকী যাদুকৰ :- ধ্যান চান্দ
৫৮) সুগন্ধি পখিলাৰ কবি :- হীৰেণ ভট্টাচাৰ্য
৫৯) ধিং এক্সপ্ৰেছ :- হীমা দাস
৬০) ফ্লাইং শিখ :- মিলখা
❇️ 25th JANUARY

👆🏻 National Voters' Day
राष्ट्रीय मतदाता दिवस

Theme 2024 : 'Nothing Like Voting, I Vote for Sure'

💠 2024 will mark the 14th NVD.

💠 On this day in 1950, The Election Commission of India came into existence.

🪴 Important Commission : CLICK HERE

🟢NEWS
🔶 ECI Hosts 2nd International Conference On ‘Use Of Technology And Elections Integrity’

🔷Actor Pankaj Tripathi Declared ‘National Icon’ By Election Commission Of India

🔶Election Commission Appointed Maithili Thakur As Bihar’s State Icon

🔷Election Commission Launches ‘Mission-929’ To Take Voter Turnout In Tripura To Over 90%

💠Part XV, ELECTIONS (324 to 329)
324. Superintendence, direction and control of elections to be vested in an Election Commission

🗳 Election Commission Of India
▪️Formed: 25 January, 1950
▪️First Executive: Sukumar Sen
▪️Rajiv Kumar is the current 25th Chief Election Commissioner

Join 👉🏻 https://india-assamgovjobs.in