Daily current affairs MCQs & কুইজ প্ৰতিদিন 24×7
Created by *Shoriful Islam*
১. শৰাইঘাট যুদ্ধ ১৬৭১ চন
২. ইটাখুলি ৰণ- ১৬৮২ চন
৩. গুারাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চন
৪. অসমত চাহ আবিষ্কাৰ ১৮২৩ চন
৫. অসহযোগ আন্দোলন ১৯২০ চল
৬. অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি ১৯৬১ চন
৭. অসমত ৰে'লাসরা প্রৱর্তন ১৮৮২ চন
৮. টাইটানিক জাহাজ ডুব গৈছিল ১৯১২ চন
১. গুৱাহাটীত চাহ উদ্যোগ প্রতিষ্ঠা- ১৯৭০ চল
১০. BTC ( Bodoland Territorial Council) গঠন ২০০৩ চন
১১. বড়ো সাহিত্য সভা গঠন ১৯৫২ চন
১২. অসমৰ ৰাজধানী দিছপুৰত স্থাপন ১৯৭৩ চন
১৩. গুৱাহাটী উচ্চ ন্যায়ালয় প্রতিষ্ঠা- ১৯৪৮ চন
১৪. অসমত কাগজ কল স্থাপন ১৯৭১ চন
১৫. অসম আন্দোলন ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে
১৬. অসমৰ সকলোতকৈ সৰু জিলা দক্ষিণ শালমৰা আৰু মানকাচৰ
১৭. বর্তমান অসমৰ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰ
১৮. অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদের
১৯. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচার্য কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮-১৯৫৭)
২০. অসমৰ প্ৰথম শিশু আলোচনী ল'ৰা বন্ধু
২১. ভাৰতৰ আটাইতকৈ পুৰণি শোধানাগাৰ ডিগবৈ শোধানাগাৰ
২২. অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা নগাঁও জিলা
২৩. অসমৰ পৰিবহণ বিভাগ স্থাপন হৈছিল ১৯৪৮ চনত
২৪. ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি এৰা বাটৰ সুৰ
২৫. বাষ্ট্রীয় সম্মান লাভ কৰা প্রথম চলচ্চিত্র পিয়লি ফুকন
২৬. ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখন মাহুত বন্ধুৰে
২৭ বর্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা ৭৮ টা।
২৮. মহাকাশলৈ প্রথম প্রাণী কঢ়িয়াই নিয়া মহাকাশযান খনৰ নাম স্পটনিক-২
২৯. অসমীয়া সাহিত্যত 'ভাঙনি কোঁৱৰ' নামে জনাজাত আনন্দ চন্দ্র আগৰৱালা
৩০. মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত
৩১. অসমীয়া ভাষাক অসমত নতুনকৈ প্রতিষ্ঠিত কৰিছিল চাৰ জর্জ কেম্পবেল
৩২. প্রথম অসমীয়া কবিতা পুথি প্রহ্লাদ চৰিত
৩৩. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্রথম অধিবেশন ১৮৮৮ চনৰ ২৫ আগষ্ট
৩৪. মটৰ চাইকেলৰ উদ্ভাৱক জি. ডেইমলাৰ ৩৫.পেট্রল চালিত গাড়ীৰ উদ্ভাৱক কার্ল বেজ
৩৬. অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়াল- আনন্দৰাম বৰুৱা
৩৭. পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল- দৰং জিলাত
৩৮. শংকৰদেৱৰ জন্ম ১৪৪৯ খ্রীষ্টাব্দত
৩৯. শুরুধ্বজ কি নামে জনপ্রিয় চিলাৰায়
৪০. শৰাইঘাট দলং নির্মাণ হৈছিল ১৯৬২ চনত
৪১. অসমত প্রতিষ্ঠিত প্রথমটো স্টুডিঅ' চিত্রবন
৪২. প্রথম অসমীয়া শিশু চলচ্চিত্রখন- অবুজ বেদনা
৪৩. দূৰদৰ্শনত্ত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি বৃষ্টি
৪৪. জ্যোতি চিত্রবন প্রতিষ্ঠা হৈছিল ১৯৬৮ চনত
৪৫. ব্ৰহ্মপূত্ৰ উপত্যকাৰ মুঠ দৈর্ঘ্য ৭২০ কি:মি:
৪৬. প্রথম অসমীয়া ছপা পুথিখন ধর্ম পুস্তক (১৮১৩)
৪৭. অসমৰ প্ৰথম মহিলা আই.এ, এছ (IAS) পাৰুল দাস
৪৮. শ্রীকৃষ্ণৰ শিক্ষাগুৰু সান্দিপনী
৪৯. প্রথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি
৫০. সূর্যৰ তাপমাত্রা প্রায় ৬০০০ ডিগ্রী ছেলছিয়াচ
৫১. পৃথিৱীৰ বয়স প্রায় ৪৬০ কোটি বছৰ (আনুমানিক)
৫২. সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ- বৃহস্পতি
৫৩. অসমীয়া সাহিত্যৰ সৰ্বশ্রেষ্ঠ বঁটা- অসম উপত্যকা সাহিত্য বঁটা
৫৪. প্রথম অসমীয়া ৰাষ্ট্রপতি ফখরুদ্দিন আলি আহমেদ
৫৫. অসমৰ চিমেন্ট কাবথানা থকা ঠাই- বোকাজান
৫৬. অসম এছ'চিয়েচন গঠন হৈছিল ১৯০৩ চনত
৫৭. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ ৭৩.১৮
৫৮. অসমৰ জলপথত প্রথম জাহাজ সেবা আৰম্ভ হৈছিল ১৮৪৭ চনত
৫৯. অসমৰ লৌহ মানর বুলি কোৱা হয় বিষ্ণুৰাম মেধি
৬০. আঙুৰত কি এচিড থাকে চাইট্রিক এচিড
৬১. ভাৰতীয় সংবিধানত অনুসূচী আছে ১২ টা
৬২. পদ্মশ্রী লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা অমলপ্রভা দাম
৬৩. এক কিলোমিটাৰত ০.৬২১ মাইল
৬৪. ভাৰতৰ সংবিধানখন প্রথম সংশোধনী কৰা হৈছিল ১৯৫১ চনত
৬৫, wwwৰ সৃষ্টি কৰা হৈছিল ১৯৮১ চনত
৬৬. ১৪৯৮ ভাস্কো-ডা-গামাৰ ভাৰতলৈ সাগৰ পথ প্রচলন
৬৭. ১৮৭৩ বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন।
৬৮. ১৯৬৯ = অসম কৃষি বিশ্ববিদ্যালয় গঠন
৬৯. ১৯০৫ - অসম এছচিয়েচনৰ প্রথম অধিবেশন
৭০. ১৯৬৮ শিলচৰ মেডিকেল কলেজ স্থাপন
৭১. ১৮৮৪ যোৰহাট সার্বজনিক সভা গঠন
৭২. ১৯৪৮ = গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠা
৭৩. ১৯০১ কটন বিশ্ববিদ্যালয় প্রতিষ্ঠা
৭৭. ১৯৩৫ -(RBI) প্রতিষ্ঠা
৭৮ .৩৫০ পৃষ্য বর্মন কামৰূপৰ প্রথম ৰজা
৭৯. ৫৯৪ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা
৮০. ১৯৪৭ গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্রী
৮১. ৬২১ হিউ-য়েন-চাঙৰ অসম আগমন
৮২. ১২০৬ মুছলমানৰ প্ৰথম অসম আক্রমণ
৮৩. ১২৫৩ = চৰাইদেউত প্রথম আহোমৰ ৰাজধানী
৮৪. ১৪৪০ শেন বংশৰ প্রতিষ্ঠা
৮৫. ১৪৪৯ = মহাপুৰুষ শংকৰদেৱৰ জন্ম
৮৬. ১৫১৫ কোচ ৰাজ্য প্রতিষ্ঠা .

ৰাষ্ট্ৰীয় যুৱ দিৱস
National Youth Day
12th January
National Youth Day
12th January