Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
360 subscribers
758 photos
136 videos
6 files
1.48K links
Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom


blog- www.jonakaxom.in
Download Telegram
–এটা সময় আছিল অকলশৰে স্কুললৈ যাবলৈ মই ভয় কৰিছিলো , আজি অকলশৰীয়া হৈ গোটেই জগত ঘুৰি ফুৰো
– আগতে স্কুলত ভাল ৰিজাল্টৰ কাৰণে পঢ়িছিলো , আজি টকা ঘটাৰ কথাবোৰ চিন্তা কৰো ।
– আগতে সৰু আঘাত পালেই কান্দিবলৈ লৈছিলো , আজি ভঙা হৃদয় লৈও হাঁহিবলৈ শিকিছো।
– আগতে বন্ধুৰ বাবে প্রাণ দিয়াৰ শপত খাইছিলো, আজি সেই বন্ধুবোৰই কিমান যে দূৰত গুচি গল ।
– আগতে ইমান কাজিয়া কৰিলেও শেষত একেলগ হৈছিল , কিন্তু আজি সৰু সৰু কথাৰ বাবেই মোৰ ডাঙৰ সম্পর্ক শেষ হৈ যায়।
.
সচাকৈ জীৱনে মোক বহুত কথা শিকাই দিলে, এইবোৰ বুজি পোৱাৰ আগতে মোৰ জীৱনটো কিমান যে আগুৱাই গল । এদিন ডাঙৰ হোৱাৰ স্বপ্নত দিন পাৰ কৰিছিলো। আজি এটাই দুঃখ কিয় মই শৈশৱক হেৰুৱালো 😢

#Rifat