চৰকাৰী চাকৰি & STUDY ZONE 📚📖 India-assamgovjobs.in
156 subscribers
103 photos
16 files
38 links
ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ চাকৰি পাবলৈ GOOGLE surch কৰক WWW.INDIA-ASSAMGOVJOBS.IN
Download Telegram
प्रमुख संविधान संशोधन - जहां से हर बार प्रश्न एग्जाम में पूछे जाते हैं। 🔰

▪️1st (1950) - भूमि सुधार

▪️35th (1974) - सिक्किम को भारतीय संघ के सह राज्य का दर्जा

▪️36th (1975) - सिक्किम को पूर्ण राज्य का दर्जा

▪️42nd (1976) - समाजवादी धर्मनिरपेक्ष राष्ट्र की अखंडता को परिभाषित किया गया, नीति निदेशक तत्व को अधिक व्यापक बनाया गया, मूल कर्तव्यों को जोड़ा गया, न्यायाधीशों की न्यूनतम संख्या निर्धारित की गई

▪️44th (1978) - संपत्ति के अधिकार को मूल अधिकार से हटा दिया गया

▪️52nd (1985) - दलबदल अधिनियम लाया गया

▪️61th (1989) - मताधिकार की आयु 21 से घटाकर 18 की गई

▪️73rd (1992) - पंचायती राज व्यवस्था

▪️74th (1992) - नगर पालिका

▪️86th (2002) - 6 से 14 वर्ष के बच्चों को निशुल्क शिक्षा

▪️101वां (2016) - GST

▪️102वां (2018) - राष्ट्रीय पिछड़ा वर्ग आयोग को संवैधानिक दर्जा

▪️103वां (2019) - EWS के लिए

▪️104वां (2019) - संविधान के अनुच्छेद 334 में संशोधन स्थानों के आरक्षण और विशेष प्रतिनिधित्व का 80 वर्ष के पश्चात ना रहना

▪️105वां (2021) - इस संशोधन ने राज्य सूचियों और पिछड़े वर्गों की पहचान करने और उन्हें अधिसूचित करने की राज्यों की शक्ति को संरक्षित किया।
বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞান 💡


1. প্ৰশ্ন:সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?
উত্তৰ:- ভিটামিন D।
2. প্ৰশ্ন:কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?
উত্তৰ:- ধমনীৰ মাধ্যমত।
3.প্ৰশ্ন:মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ৪০০০ নিযুত।
4.প্ৰশ্ন:ভিটামিন 'C' ৰ আন এটা নাম কি?
উত্তৰ:- এচকাৰবিক্ এচিড।
5.প্ৰশ্ন:ঘোঁৰাৰ দাঁত কেইটা?
উত্তৰ:- মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।
6.প্ৰশ্ন:আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি?
উত্তৰ:- কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।
7.প্ৰশ্ন:অধিক শিৰা থকা প্ৰণী কি?
উত্তৰ:- সাপ।   
8.প্ৰশ্ন:বংশগতিৰ একক কি?
উত্তৰ:- জিন ।
9.প্ৰশ্ন:ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:- Radio Detection and Ranging.
10.প্ৰশ্ন:পানীৰ গভীৰতা জোখৰ একক কি?
উত্তৰ:- ফেডাম।
11.প্ৰশ্ন:অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান?
উত্তৰ:- ৩২ গ্ৰাম।
12.প্ৰশ্ন:সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উত্তৰ:- ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )
13.প্ৰশ্ন:মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়?
উত্তৰ:- যকৃত।
14.প্ৰশ্ন:সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়?
উত্তৰ:- প্ৰায় ৮ মিনিট।
15.প্ৰশ্ন:চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি?
উত্তৰ:- চূণশিল।
16.প্ৰশ্ন:মানুহৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- হোমোচেপিয়ান।
17.প্ৰশ্ন:প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে?
উত্তৰ:- এডোক্ৰাইন।
18.প্ৰশ্ন:উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- আৰ্কইণ্ডিকেটৰ।
19.প্ৰশ্ন:মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ:- ২৪ যোৰ।
20.প্ৰশ্ন:মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?
উত্তৰ:- AB গ্ৰুপ।
21.প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ'টিন কি?
উত্তৰ:- গ্ৰাইচিন।
22.প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।
23.প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?
উত্তৰ:- ফচফৰাচ্।
24.প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?
উত্তৰ:- ১৩ বিধ।
25.প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?
উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।
26.প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন?
উত্তৰ:- এলবাৰ্ট আইনষ্টাইন।
27.প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- উত্তল দাপোণ।
28.প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?
উত্তৰ:- বাৰুদ বনোৱাৰ বাবে।
29.প্ৰশ্ন:লুমেন কিহৰ একক?
উত্তৰ:- জ্যোতি তীব্ৰতা।
30.প্ৰশ্ন:কেচুৰ চকু কেইটা?
উত্তৰ:- কেচুৰ চকু নাই।
31.প্ৰশ্ন:'ব্লেক হল' সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?
উত্তৰ:- এছ. চন্দ্ৰশেখৰ।
32.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি?
উত্তৰ:- আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।
33.প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি?
উত্তৰ:- হাইড্ৰ'জেন।
34.প্ৰশ্ন:কি ধাতু তৰল অৱস্হাত থাকে?
উত্তৰ:- পাৰা।
35.প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?
উত্তৰ:- জে. জে. থমচন।
36.প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?
উত্তৰ:- লিথিয়াম।
37.প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?
উত্তৰ:- ‍অপ্সাৰা।
38.প্ৰশ্ন:আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?
উত্তৰ:- এণ্টানি লেভয়চিয়াৰ।
39.প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?
উত্তৰ:- দাঁত।

বিজ্ঞানৰ প্ৰশ্ন উত্তৰ ||

40.প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?
উত্তৰ:- লো।
41.প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কোবাল্ট।
42.প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কাৰ্বাইড।
43.প্ৰশ্ন:প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- টেকোমিটাৰ।
44.প্ৰশ্ন:নিউটন কিহৰ একক?
উত্তৰ:- MKS পদ্ধতিত বলৰ একক।
45.প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- এচিটিলিন।
46.প্ৰশ্ন:AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ৰেক্টিফায়াৰ।
47.প্ৰশ্ন:কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?
উত্তৰ:- বিকিৰণ পদ্ধতি।
48.প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- এনিম'মিটাৰ।
49.প্ৰশ্ন:CGS পদ্ধতিত শক্তিৰ একক কি?
উত্তৰ:- আৰ্গ।
50.প্ৰশ্ন:পিতলত কি কি ধাতু থাকে?
উত্তৰ:- তাম আৰু দস্তা।
51.প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উঃ পুটোনিয়াম।
52.প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উঃ বৃটেইন ।
53.প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উঃ ৰেডন।
54.প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উঃ নাইট্ৰজেন অক্সাইড।
55.প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।

বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞান 💡
👌इतिहास एवं संस्कृति से महत्वपूर्ण प्रश्न


सिंधु घाटी सभ्यता की खोज कब हुई ?
👉 1922

सिंधु घाटी सभ्यता का काल लगभग क्या हैं ?
👉 2500 बी.सी

हड़प्पा सभ्यता कहाँ तक फैली गई थी ?
👉 सिंधु, राजस्थान, गुजरात तक

हड़प्पा के लोग किसके साथ ब्यापार करते थे ?
👉 सुमेर

सिंधु घाटी सभ्यता के लोगों के बारे में निम्न में से किसी पूजा करने के विषय में जानकारी प्राप्त हुई हैं?
👉 वृक्ष तथा पशु, मातृदेवी, भगवान शिव

सबसे पुराना वेद कौन-सा हैं ?
👉 ऋग्वेद

आर्य लोग भारत में कहाँ से आये ?
👉 मध्य एशिया

प्रसिद्ध कानून-निर्माता किसको माना जाता हैं ?
👉 मनु

आर्यों के विषय में निम्नलिखित में से कौन-सा कथन सही नहीं हैं ?
👉 आर्य लोग संस्कृत बोलते थे

महात्मा बुद्ध का जन्म कहाँ हुआ था ?
👉 लुंबिनी

महात्मा बुद्ध  जन्म कब हुआ था ?
👉 563 बी.सी.

महात्मा बुद्ध का देहावसान किस स्थान पर हुआ था ?
👉 कुशीनगर

महात्मा बुद्ध को ज्ञान की प्राप्ति किस उम्र में हुई ?
👉 35 वर्ष

बुद्ध ने अपना प्रथम उपदेश ज्ञान प्राप्त करने के पश्चात कहाँ दिया ?
👉 सारनाथ

जातक कथाएँ हमें किनके जीवनों के विषय में बताती हैं ?
👉 बोधिसत्वों के विषय में

महावीर कब और कहाँ पैदा हुए ?
👉 6 शताब्दी बी.सी. मगध में

महावीर का किस वंश/जाति में जन्म हुआ ?
👉 लिच्छवि जाति

जैन धर्म के संस्थापक महावीर के विषय में कहां जाता हैं कि वे अन्य कई ऋषियों के बाद आये वे कितने थे ?
👉 23

सिकंदर भारत पर कब आक्रमण किया ?
👉 326-327 बी.सी.
🔰Sources of Indian Constitutional Provision🔰
==============================

🔹 Government of India Act, 1935
Service Commission
Federal structure
Judiciary Power Division
Office of Governor


🔹 United States of America
Fundamental Rights
Supreme Court
Impeachment process of Supreme Court and High Court Judges
Independence of Judiciary and judicial review
Preamble
Impeachment of President
Office of Vice-president
Written Constitution


🔹 Canada
Appointment of State Governors by Center
Distribution of powers between centre and the states. Residuary Powers with the centre.


🔹 Russia
Preamble and Fundamental Duties
Five Year Plan


🔹 Ireland
Directive Principles of State Policy
Method of Election process of the President and Nomination of members in Rajya Sabha by the President


🔹 Britain
Writs and Bicameralism
Office of the CAG
Cabinet system of Ministers
Bicameral Parliamentary System
Single Citizenship
Rule of Law
Legislation
Speaker in Lok Sabha


🔹 Japan
Procedures established by law (functioning of Supreme Court)


🔹 Germany
Emergency provisions and suspensions of Fundamental Rights during Emergency


🔹 Australia
Provision regarding Trade and Commerce
Concurrent List
Joint sitting of Parliament


🔹 South Africa
Amendment Procedure of the Constitution
Indirect election of members of the Rajya Sabha
Daily current affairs MCQs & কুইজ প্ৰতিদিন 24×7
Created by *Shoriful Islam*

১. শৰাইঘাট যুদ্ধ ১৬৭১ চন

২. ইটাখুলি ৰণ- ১৬৮২ চন

৩. গুারাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চন

৪. অসমত চাহ আবিষ্কাৰ ১৮২৩ চন

৫. অসহযোগ আন্দোলন ১৯২০ চল

৬. অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি ১৯৬১ চন

৭. অসমত ৰে'লাসরা প্রৱর্তন ১৮৮২ চন

৮. টাইটানিক জাহাজ ডুব গৈছিল ১৯১২ চন

১. গুৱাহাটীত চাহ উদ্যোগ প্রতিষ্ঠা- ১৯৭০ চল

১০. BTC ( Bodoland Territorial Council) গঠন ২০০৩ চন

১১. বড়ো সাহিত্য সভা গঠন ১৯৫২ চন

১২. অসমৰ ৰাজধানী দিছপুৰত স্থাপন ১৯৭৩ চন

১৩. গুৱাহাটী উচ্চ ন্যায়ালয় প্রতিষ্ঠা- ১৯৪৮ চন

১৪. অসমত কাগজ কল স্থাপন ১৯৭১ চন

১৫. অসম আন্দোলন ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে

১৬. অসমৰ সকলোতকৈ সৰু জিলা দক্ষিণ শালমৰা আৰু মানকাচৰ

১৭. বর্তমান অসমৰ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰ

১৮. অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদের

১৯. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচার্য কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮-১৯৫৭)

২০. অসমৰ প্ৰথম শিশু আলোচনী ল'ৰা বন্ধু

২১. ভাৰতৰ আটাইতকৈ পুৰণি শোধানাগাৰ ডিগবৈ শোধানাগাৰ

২২. অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা নগাঁও জিলা

২৩. অসমৰ পৰিবহণ বিভাগ স্থাপন হৈছিল ১৯৪৮ চনত

২৪. ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি এৰা বাটৰ সুৰ

২৫. বাষ্ট্রীয় সম্মান লাভ কৰা প্রথম চলচ্চিত্র পিয়লি ফুকন

২৬. ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখন মাহুত বন্ধুৰে


২৭ বর্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা ৭৮ টা।

২৮. মহাকাশলৈ প্রথম প্রাণী কঢ়িয়াই নিয়া মহাকাশযান খনৰ নাম স্পটনিক-২

২৯. অসমীয়া সাহিত্যত 'ভাঙনি কোঁৱৰ' নামে জনাজাত আনন্দ চন্দ্র আগৰৱালা

৩০. মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত

৩১. অসমীয়া ভাষাক অসমত নতুনকৈ প্রতিষ্ঠিত কৰিছিল চাৰ জর্জ কেম্পবেল

৩২. প্রথম অসমীয়া কবিতা পুথি প্রহ্লাদ চৰিত

৩৩. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্রথম অধিবেশন ১৮৮৮ চনৰ ২৫ আগষ্ট

৩৪. মটৰ চাইকেলৰ উদ্ভাৱক জি. ডেইমলাৰ ৩৫.পেট্রল চালিত গাড়ীৰ উদ্ভাৱক কার্ল বেজ

৩৬. অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়াল- আনন্দৰাম বৰুৱা

৩৭. পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল- দৰং জিলাত

৩৮. শংকৰদেৱৰ জন্ম ১৪৪৯ খ্রীষ্টাব্দত

৩৯. শুরুধ্বজ কি নামে জনপ্রিয় চিলাৰায়

৪০. শৰাইঘাট দলং নির্মাণ হৈছিল ১৯৬২ চনত

৪১. অসমত প্রতিষ্ঠিত প্রথমটো স্টুডিঅ' চিত্রবন

৪২. প্রথম অসমীয়া শিশু চলচ্চিত্রখন- অবুজ বেদনা

৪৩. দূৰদৰ্শনত্ত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি বৃষ্টি

৪৪. জ্যোতি চিত্রবন প্রতিষ্ঠা হৈছিল ১৯৬৮ চনত

৪৫. ব্ৰহ্মপূত্ৰ উপত্যকাৰ মুঠ দৈর্ঘ্য ৭২০ কি:মি:

৪৬. প্রথম অসমীয়া ছপা পুথিখন ধর্ম পুস্তক (১৮১৩)

৪৭. অসমৰ প্ৰথম মহিলা আই.এ, এছ (IAS) পাৰুল দাস

৪৮. শ্রীকৃষ্ণৰ শিক্ষাগুৰু সান্দিপনী

৪৯. প্রথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি

৫০. সূর্যৰ তাপমাত্রা প্রায় ৬০০০ ডিগ্রী ছেলছিয়াচ

৫১. পৃথিৱীৰ বয়স প্রায় ৪৬০ কোটি বছৰ (আনুমানিক)

৫২. সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ- বৃহস্পতি

৫৩. অসমীয়া সাহিত্যৰ সৰ্বশ্রেষ্ঠ বঁটা- অসম উপত্যকা সাহিত্য বঁটা

৫৪. প্রথম অসমীয়া ৰাষ্ট্রপতি ফখরুদ্দিন আলি আহমেদ

৫৫. অসমৰ চিমেন্ট কাবথানা থকা ঠাই- বোকাজান
৫৬. অসম এছ'চিয়েচন গঠন হৈছিল ১৯০৩ চনত

৫৭. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ ৭৩.১৮

৫৮. অসমৰ জলপথত প্রথম জাহাজ সেবা আৰম্ভ হৈছিল ১৮৪৭ চনত

৫৯. অসমৰ লৌহ মানর বুলি কোৱা হয় বিষ্ণুৰাম মেধি

৬০. আঙুৰত কি এচিড থাকে চাইট্রিক এচিড

৬১. ভাৰতীয় সংবিধানত অনুসূচী আছে ১২ টা

৬২. পদ্মশ্রী লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা অমলপ্রভা দাম

৬৩. এক কিলোমিটাৰত ০.৬২১ মাইল

৬৪. ভাৰতৰ সংবিধানখন প্রথম সংশোধনী কৰা হৈছিল ১৯৫১ চনত

৬৫, wwwৰ সৃষ্টি কৰা হৈছিল ১৯৮১ চনত

৬৬. ১৪৯৮ ভাস্কো-ডা-গামাৰ ভাৰতলৈ সাগৰ পথ প্রচলন

৬৭. ১৮৭৩ বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন।

৬৮. ১৯৬৯ = অসম কৃষি বিশ্ববিদ্যালয় গঠন

৬৯. ১৯০৫ - অসম এছচিয়েচনৰ প্রথম অধিবেশন

৭০. ১৯৬৮ শিলচৰ মেডিকেল কলেজ স্থাপন

৭১. ১৮৮৪ যোৰহাট সার্বজনিক সভা গঠন

৭২. ১৯৪৮ = গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠা

৭৩. ১৯০১ কটন বিশ্ববিদ্যালয় প্রতিষ্ঠা

৭৭. ১৯৩৫ -(RBI) প্রতিষ্ঠা

৭৮ .৩৫০ পৃষ্য বর্মন কামৰূপৰ প্রথম ৰজা

৭৯. ৫৯৪ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা

৮০. ১৯৪৭ গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্রী

৮১. ৬২১ হিউ-য়েন-চাঙৰ অসম আগমন

৮২. ১২০৬ মুছলমানৰ প্ৰথম অসম আক্রমণ

৮৩. ১২৫৩ = চৰাইদেউত প্রথম আহোমৰ ৰাজধানী

৮৪. ১৪৪০ শেন বংশৰ প্রতিষ্ঠা

৮৫. ১৪৪৯ = মহাপুৰুষ শংকৰদেৱৰ জন্ম

৮৬. ১৫১৫ কোচ ৰাজ্য প্রতিষ্ঠা .
ৰাষ্ট্ৰীয় যুৱ দিৱস
National Youth Day
12th January
ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ ।