Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
347 subscribers
758 photos
136 videos
6 files
1.29K links
Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom


blog- www.jonakaxom.in
Download Telegram
Channel name was changed to «Assamese Quotes / Assamese Joke / Assamese Meme Jonak Axom»
Channel name was changed to «Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom»
How to start a logistics business in India in 2021: Business Guide
Click Here To Read ➡️ https://ift.tt/3jbgoOu
business
_সু-প্ৰভাত_
_👉🏼আজি দেওবাৰ_
_👉🏼ইংৰাজী ২০২১ চনৰ জুন মাহৰ ২৭ তাৰিখ ।_
_👉🏼অসমীয়া ১৯৪৩ শকৰ আহাৰ মাহৰ ১২ তাৰিখ ।_
_👉🏼আজি বছৰটোৰ ১৭৮ তম দিন,_
_(অধিবৰ্ষত ১৭৯ তম দিন)_
_বছৰটো শেষ হ'বলৈ ১৮৭ দিন বাকি)_

✍🏽১৭৫৯ - আজিৰ দিনটোতে।কুইবেক যুদ্ধ আৰম্ভ হৈছিল।

✍🏽১৯০০ - আজিৰ দিনটোতে স্বেন্ট্রাল লন্ডনত ইলেকট্রিক ৰেলৱৈ আৰম্ভ হৈছিল ।

✍🏽১৯৯১ - চোভেনিয়া আৰু ক্রোয়েছিয়াৰ মাজত গৃহযুদ্ধ আৰম্ভ হৈছিল ।

✍🏽১৯৯১ - আজিৰ দিনটোতে_
_বিখ্যাত ‘কমিউনিস্ট ইস্তেহাৰ’ৰ প্রথম সংস্কৰণৰ এটা কপি লন্ডনত লৈ যোৱাত, তাত ৬৮১০০ ডলাৰত বিক্রি হৈছিল ।

✍🏽২০০৭ - আজিৰ দিনটোতে
গর্ডন ব্রাউন ব্রিটিছ প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিছিল ।

✍🏽১৯৬৭ - আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডেৰ এনফিল্ড চহৰত ।

✍🏽১৮৩৮ - আজিৰ দিনটোতে
"বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়"
উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক গৰাকীৰ জন্ম হৈছিল । (মৃত্যু: ০৮/০৪/৮৯৪)

✍🏽১৯১৫ - আজিৰ দিনটোতে
"আইদেউ সন্দিকৈ"
অসমীয়া অভিনেত্ৰী গৰাকীৰ জন্ম হৈছিল । (মৃ: ২০০২

✍🏽১৯৩৯ - আজিৰ দিনটোতে
"ৰাহুলদেৱ বৰ্মন"
ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী গৰাকীৰ জন্ম হৈছিল । (মৃ.০৪/০১/১৯৯৪)

✍🏽১৯৬৪ - আজিৰ দিনটোতে
"পি. টি. উষা"
ভাৰতৰ এথলেটিক, দৌৰ ৰাণী গৰাকীৰ জন্ম হৈছিল ।

✍🏽১৯১৯ - আজিৰ দিনটোতে
"অমলা শংকৰ"
ভাৰতীয় ব্যালে নর্তকী গৰাকীৰ জন্ম হৈছিল ।(মৃ.২৪/০৭/২০২০)

✍🏽১৮০৬ - আজিৰ দিনটোতে
"অগাস্টাস ডি মর্গান"
ভাৰতত জন্ম গ্রহণ কাৰী ব্রিটিছ গণিতবিদ ও যুক্তিবিজ্ঞানী গৰাকীৰ জন্ম হৈছিল । (মৃ. ১৮৭১)

✍🏽১৮৮০ - আজিৰ দিনটোতে
"হেলেন কেলাৰ"
আমেৰিকান গুৰুত্বপূর্ণ লেখক আৰু ৰাজনৈতিক কর্মী গৰাকীৰ জন্ম হৈছিল । (মৃ.০১/০৬/১৯৬৮)

✍🏽১৮৮৬ - চার্লি ম্যাককার্টনি"
বিখ্যাত অস্ট্রেলীয় ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল । (মৃ. ১৯৫৮)

✍🏽১৯০৩ - আজিৰ দিনটোতে
"সুবোধচন্দ্র সেনগুপ্ত"
ইংৰাজী সাহিত্যৰ দিকপাল শিক্ষক, শেক্সপিয়াৰ সম্পর্কে বিশেষজ্ঞ ও বিশিষ্ট সাহিত্য সমালোচক গৰাকীৰ জন্ম হৈছিল ।(মৃ.০৩/১২/১৯৯৮)

✍🏽১৯২৪ - আজিৰ দিনটোতে
"বব এপলইয়ার্ড"
ইংৰাজ ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।

✍🏽১৯৩৯ - আজিৰ দিনটোতে
নীল হক"
অস্ট্রেলিয়ান ক্রিকেটাৰ আৰু ফুটবলাৰ গৰাকীৰ জন্ম হৈছিল । (মৃ. ২০০০)

✍🏽১৯৫৫ - আজিৰ দিনটোতে
"ইজাবেল আদজানি"
ফৰাচী অভিনেত্রী গৰাকীৰ জন্ম হৈছিল ।

✍🏽১৯৭৫ - আজিৰ দিনটোতে
"টোবি ম্যাগুইয়াৰ"
মার্কিন অভিনেতা ও চলচ্চিত্র প্রযোজক গৰাকীৰ জন্ম হৈছিল ।

✍🏽১৯৮০ - আজিৰ দিনটোতে
"কেভিন পিটাৰচন"
দক্ষিণ আফ্রিকাত জন্মগ্রহণকাৰী বিশিষ্ট ইংৰাজ আন্তর্জাতিক ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।

✍🏽১৯৮৩ - আজিৰ দিনটোতে
"ডেল স্টেইন"
দক্ষিণ আফ্রিকাত জন্মগ্রহণকাৰী ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।

✍🏽২০০৮ - আজিৰ দিনটোতে
"শ্যাম মানেকশ"
ভাৰতীয় সেনাবাহিনীৰ প্রথম ফিল্ড মাৰ্চাল গৰাকীৰ মৃত্যু হৈছিল। (জ.০৩/০৪/১৯১৪)

✍🏽১৯৯৮ - আজিৰ দিনটোতে
"নিখিল চক্রবর্তী"
নামি সাংবাদিক আৰু বিশিষ্ট ৰাজনৈতিক ভাষ্যকাৰ ও প্রচাৰ-ভাৰতীয়া বোর্ডৰ প্রথম চেয়াৰমেন গৰাকীৰ মৃত্যু হৈছিল । (জ.০৩/১১/১৯১৩)

✍🏽২০০০ - আজিৰ দিনটোতে
"শঙ্কৰ ভট্টাচার্য"
ভাৰতীয় বঙালী চলচ্চিত্র পৰিচালক আৰু সাহিত্যিক গৰাকীৰ মৃত্যু হৈছিল ।

✍🏽১৯২৮ - আজিৰ দিনটোতে
"উৎকলমণি গোপবন্ধু দাস"
ভাৰতৰ উৰিষ্যা ৰাজ্যৰ প্রখ্যাত সমাজ সংস্কাৰক আৰু কর্মী, কবি, সাংবাদিক ও প্রাবন্ধিক গৰাকীৰ মৃত্যু হৈছিল । (জ.০৯/১০/১৮৭৭)

✍🏽১৮২৯ - আজিৰ দিনটোতে
"জেমচ স্মিথচন"
ইংলিছ বিজ্ঞানী ও দার্শনিক গৰাকীৰ মৃত্যু হৈছিল ।

✍🏽১৮৪৪ - আজিৰ দিনটোতে
"জোচেফ স্মিথ"
আমেৰিকান ধর্মীয় নেতা গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮০৫)

✍🏽১৯১২ - আজিৰ দিনটোতে
"জর্জ বোনৰ"
বিখ্যাত অস্ট্রেলীয় ক্রিকেটাৰ গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮৫৫)

✍🏽১৯৫৭ - আজিৰ দিনটোতে
"ম্যালকম লাউৰি"
ব্রিটিছ কথাসাহিত্যিক গৰাকীৰ মৃত্যু হৈছিল ।

✍🏽১৯৭৯ - আজিৰ দিনটোতে
"বন্দে আলী মিয়া"
বাংলাসদেশৰ প্রখ্যাত কবি, ঔপন্যাসিক, শিশু সাহিত্যিক সাংবাদিক আৰু চিত্রকৰ গৰাকীৰ মৃত্যু হৈছিল । (জ.১৫/১২/১৯০৬)

✍🏽১৯৮৯ - আজিৰ দিনটোতে
"এ. জে. এয়াৰ"
ব্রিটিছ দার্শনিক গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৯১০)

✍🏽২০০১ - আজিৰ দিনটোতে
"জ্যাক লেমন"
আমেৰিকান অভিনেতা গৰাকীৰ মৃত্যু হৈছিল। (জ. ১৯২৫)

ধন্যবাদ
জয় আই অসম
এজন ল'ৰাও ধৰ্ষিত হয় কিদৰে জানেনে?
.
যেতিয়া এজনী ছোৱালী পাঁচ বছৰ সম্পর্কৰ শেষত কয় ,
"তোমাৰ সৈতে মোৰ সম্পর্কটো ৰখা আৰু সম্ভব নহয় ,
আমি বন্ধু হৈ থাকিব পাৰিম " তেতিয়া ল'ৰাটো
চিৎকাৰহীন ভাবে ধর্ষিত হয়।
.
ল'ৰাটোৱে যেতিয়া হাজাৰটা আশা, অনুভূতি আৰু স্বপ্নৰে সজাই ভালপোৱাৰ পৃথিবীখন দেখুৱায়। আৰু
ছোৱালীজনী নিজৰ সুখৰ বাবে অন্য কাৰোবাৰ
হাতত হাত থৈ তাৰ পৃথিবীখন ভাঙি চুৰমাৰ কৰে
তেতিয়া সি নিমর্মভাবে ধর্ষিত হয়।
.
বহু বছৰৰ পুৰণি প্রেমিকক শুই যোৱা বুলি কৈ ছোৱালীজনীয়ে যেতিয়া ৰাতি ১ টাত নতুন প্রেমিকক, "মই তোমাক ভালপাও " কৈ ফোনত মগ্ন হৈ থাকে সিটোমুৰৰ পৰা পুৰণি প্ৰেমিকজনে বাৰবাৰ শুনে - "আপোনাৰ কলটো এতিয়া ব্যস্ত হৈ আছে" ল'ৰাজন তেতিয়া নিৰবেই ধর্ষিত হয়।
.
লৰাবোৰে চিঞৰি চিঞৰি কান্দিবলৈ নাজানে। সিহতে
দুঃখ লুকুৱাই মিচিকি হাঁহিৰে কবলৈহে পাৰে ,
"ভালেই আছো মই ,তুমিও ভালে থাকা "
.
লৰাবোৰে জোৰকৈ ছোৱালীৰ দেহ ভোগ কৰিব পাৰে, ল' ৰাবোৰ বেয়া হব পাৰে, চিগাৰেট হুপিব পাৰে, ড্ৰিকছ কৰিব পাৰে আৰু এওলোক ধর্ষিতও হবলৈ পাৰে।
.
ছোৱালীয়ে শাৰীৰিক ভাবে ল'ৰাক ধর্ষণ কৰিব নোৱাৰিলেও , ধর্ষণ কৰে সিহতৰ লালিত আশা, অনুভূতি
আৰু সপোনবোৰক । প্রতিনিয়ত মানসিক ভাবে ধর্ষণ,
শাৰীৰিক ধর্ষণতকৈ কোনো গুনেই কম নহয়।
.
পার্থক্য এটাই মাত্ৰ এটাৰ বিচাৰ হয় আৰু
আনটোৰ কোনো যুক্তিয়েই নাই।

ভাবানুবাদ

শ্বেয়াৰ কৰিব পাৰে
মৃত্যু আগত আলেকজেণ্ডাৰে সেনাপতি সকলক কি কৈছিল জানেনে

মৃত্যু শয‍্যাত মহাবীৰ আলেকজেণ্ডাৰ তেওঁৰ সেনাপতি সকলক মাতি কৈছিল, মোৰ মৃত্যুৰ পিছত মোৰ তিনিটা ইচ্ছা তোমালোকে পূৰ্ণ কৰিবা।

১/ মোৰ প্ৰথম অভিপ্ৰায় হৈছে:

কেৱল মাত্ৰ মোৰ চিকিৎসাক সকলেই মোৰ কফিন বহন কৰিব।
২/ মোৰ দ্বিতীয় অভিপ্ৰায় হৈছে:

মোৰ কফিন যি পথেৰে লৈ যোৱা হ'ব,সেই পথেৰে মোৰ আৰ্জিত সোন ৰূপ ছটিয়াই থবা।
৩/ মোৰ শেষ অভিপ্ৰায়।

Join Telegram Group for more https:t.me/jonakaxom

কফিন বহন কৰা সময়ত মোৰ দুয়োটা হাত কফিনৰ বাহিৰত ওলমাই ৰাখিবা।
তেওঁৰ সেনাপতি সকলে এই ধৰণৰ বিচিত্ৰ অভিপ্ৰায়ৰ কিয় জানিবলৈ প্ৰশ্ন কৰিলে।
দীৰ্ঘ শ্বাস গ্ৰহণ কৰি আলেকজেণ্ডাৰে কৈছিল, মই দুনিয়াতৰ সন্মুখত এই তিনিটা শিক্ষা ৰাখি যাব বিচাৰোঁ!

১/ মোৰ চিকিৎসক সকলে কফিন বহন কৰিবলৈ এই কাৰণেই কৈছোঁ যে, চিকিৎসক সকলেও মানুহক জীয়াই তুলিব নোৱাৰে। তেওঁলোক ক্ষমতা হীন আৰু মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অক্ষম।

২/ যোৱাৰ সময়ত পথত সোন ৰূপ ছটিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে, মৃত্যুৰ পিছত এটা ফুটা কৰিও মোৰ লগত নাযায়। এইবোৰ পোৱাৰ কাৰণে গোটেই জীৱন ব্যয় কৰিছিলোঁ কিন্তু একো নিবলৈ সক্ষম নহলো। মানুহে বুজি পাওঁক এইবোৰৰ পিছত লাগি থাকে মানে সময়ৰ অপচয় মাথো।

৩/ কফিনৰ বাহিৰত মোৰ হাত ওলিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে, পৃথিৱীৰ মানুহে বুজি পাওঁক যে পৃথিৱীত আগমণ কৰোতেও খালি হাতত আহিছোঁ। পৃথিৱীৰ পৰা বিদায় লৈ যাওঁতেও খালি হাতেৰে গৈ আছোঁ।

ভাল লাগিলে পোষ্টটো কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
কেতিয়াবা মন কৰিছানে, তোমাৰ ফোনৰ কন্টেক লিষ্টৰ কিছুমান মানুহ এতিয়া তোমাৰ পৰা অৱহেলিত। তেওঁলোকক কেতিয়া শেষ মেছেজ বা ফোন কল কৰা হৈছিল সেয়া হয়তো তোমাৰো মনত নাই। কিছুমান চিনাকি মানুহ নতুনৰ এই ভিৰবোৰৰ মাজত পৰি এনেদৰেই হেৰাই গৈছে। অলপ মন কৰিলে দেখা পাবা তুমি নিজেই তেঁওলোক কিছুমানৰ পৰা অৱহেলিত। কিছুমানে তোমাক গুৰুত্ব নিদিয়ে। হয়তো এদিন এনেদৰে তলত সোমাই গৈছা তুমিও । কিছুমানক তুমি ইচ্ছা কৰিলেও এতিয়া ফোন কৰিবলৈ হাত কপে। কপিবই কিয়নো তেওলোক এতিয়া আগৰদৰে নাই। একে নামৰ এক ভিন্ন চৰিত্ৰ । তাৰ মাজত আছে কিছুমান প্ৰিয় মানুহ যাক তুমি এৰি আহিছা একমাত্ৰ তেওলোকৰ সুখৰ বাবে। আৰু কিছুমান এনেকুৱা যিবোৰ কোনো কাৰণ বিহীন ভাবেই হেৰাই গৈছে তোমাৰ মাজৰ পৰা।... কেতিয়াবা তুমি ভাবানে? থিক একেদৰেই মই এদিন যদি তোমাৰ পৰা হেৰাই যাঁও। বিচাৰি ফুৰিবানে মোক .। নে একেদৰে আগৰ মানুহবোৰৰ দৰে তুমিও সেই একেই মুভ অন হৈ যাবা।... মোৰ ফোনৰ চিনাকি অথচ অচিনাকি নং এটা হৈ।

©স্বপ্ননীল আকাশ
এটাসময়ত নিচেই কাষৰ মানুহজনো অচিনাকি হৈ যায়। এটা সময়ত যাৰ সৈতে কথা পাতি পাতি মোবাইলৰ বেটেৰী low হৈ গৈছিল আজিকালি তেওঁৰ সৈতে সপ্তাহ মাহ বহুদিন পাৰ হৈ যোৱা পিছতো একমিনিটৰ কথা নহয়। যাৰ লগত মেছেঞ্জাৰত মেছেজৰ জোৱাৰ উঠিছিল তেওৰ সৈতে এতিয়া কিছু কৰ্তব্যমূলক মেছেজেৰে সম্পৰ্ক পালন কৰা হয়
হাই, হেলো, হুম, মিচ ইউ এইচব।
মেছেজৰ দুইমুৰত থকা দুয়োজন মানুহে বুজিবলৈ পাৰে আগৰ সেই মিচ ইউ আৰু আজিকালিৰ মিচ ইউৰ আকাশ পাতাল পাৰ্থক্য।
দিনৰ শেষত এয়া নকলে নহয় বাবেই কোৱা হয়। দুয়োজনে বুজে আৰু সকলোখিনি একেদৰে ৰাখিব খোজে কিয়নো এতিয়া হৈ পৰিছে এয়া স্বভাব।....
আশেপাশে থকা বহু মানুহৰ সম্পর্ক নষ্ট হোৱা দেখিছো । বেছিভাগ ৯০% সম্পর্ক নষ্ট হয় সময়ৰ অভাবত। বিষয়টো এয়া নহয় যে তাত ভালপোৱা নাথাকে। বিষয়টো এনে হয় যে এজন খুব ব্যস্ত থাকে... দিনৰ শেষত ক্লান্ত মনত তেওঁৰ ভালপোৱা আকৌ আগৰদৰে নাজাগে।অন্যফালে আনজন চাতক পখীৰ দৰে সেই মানুহজনৰ অপেক্ষাত থাকে। অভিমানত গাল ফুলাই। তেও যি আশা কৰে তেনেদৰে মানুহজনক এতিয়া নপায়।
অন্যফালে থকা মানুহজনৰ ক্লান্ত শৰীৰে আজিকালি অভিমানবোৰ অসহ্য লাগে... দুয়োজনৰ মাজত লাহে লাহে বাঢ়ি আহে দুৰত্ব।বহুসময়ত এই দুৰত্বই বহুতৰ জীবনত ভয়াবহ ৰূপ লয় ।

Follow for more post https://tttttt.me/jonakaxom
প্রকৃতিয়ে শুন্য স্থান পুৰ কৰিবলৈ বিছাৰে। এই অপ্রিয় সত্য টো মানিব লগীয়া কথা আছে।
বহুক্ষেত্ৰতে দেখা যায় অপেক্ষা কৰি কৰি নিসংগ সময় কটাই বহুতে নতুন বন্ধু বান্ধৱৰ সৈতে কথা কবলৈ ধৰে। লাহে লাহে তেওঁ এইবোৰ মানুহৰ প্ৰতি আকৃষ্ট হৈ পৰে । কাৰণ মানুহ এনে এক প্রানী যিয়ে তেওঁৰ মন বেয়া সময়ত কোনোবা নিচেই কাষত বিছাৰে। যেতিয়া কোনোৱে তেওৰ সংগ দিয়ে তেতিয়া নতুন মানুহজন হয় তেওঁৰ ভাললগাৰ অংশ। অন্যদিশত ব্যস্ত থকা মানুহজনে ভাবে কি হল। মোক মিচ কৰা মানুহটোৱে আজিকালি মোক মিচ নকৰা হল। মোৰ বাহিৰে অন্য কোনো পালে নেকি যাৰ বাবে মোক ভাল নোপোৱা হল। বাস্তৱ সত্য এয়াই এই উপলব্ধি যেতিয়া আহে তেতিয়া বহুত দেৰি হৈ যায়। বহুত দেৰি।
অসংখ্য সম্পর্ক ভাঙি গৈছে এই কাৰণত ।
দুজন অবিবাহিত লৰা ছোৱালী ক্ষেত্ৰতেই নহয়, বহু দাম্পত্য জীৱন পৰকীয়া প্ৰেমত ধংস হোৱাৰ মুল কাৰণ হল সময়।কাৰণ ভালপোৱা হয় মনৰ গভীৰৰ পৰা আৰু হৃদয়ে আমাৰ অৱহেলা সহ্য কৰিব নোৱাৰে। আৰু তেতিয়াই অপৰাধৰ জন্ম হয়। আবিৰ্ভাৱ হয় ৩য় ব্যক্তি ৰ যি খুবেই কষ্টদায়ক, বেদনাদায়ক সেই ভালপোৱাৰ বাবে।
যিকোনো সম্পর্কৰ ক্ষেত্রত সময়ে সকলোতকৈ উল্লেখযোগ্য স্থানত অবস্থান কৰে । আপোনাৰ প্ৰিয়জন হওক বা পত্নী/পতি বা বন্ধুই হওক সম্পৰ্কটোক সময় দিয়ক। আন্তৰিকতা বজাই ৰাখক । প্রিয় জনক উপহাৰ দিয়াৰ বাবে পৃথিবীত সকলোতকৈ সুন্দৰ উপহাৰ হল সময়।

---ifra

(ভাল লাগিলে শ্বেয়াৰ কৰকচোন আৰু লিখনিটো সকলোকে পঢ়াৰ সুবিধা দিয়ক ।কপি নকৰে যেন)
এটা সময় আছিল মোৱাইলত ফোন নাম্বাৰৰ সংখ্যা বহুত কম আছিল। মাত্ৰ কেইজনমান বিশেষ মানুহ। এটা বিশেষ নাম্বাৰতে ধনী হৈ আছিল হোৱাটচএপটো। বিশেষ নাম্বাৰটোৱে আকৌ বিশেষ বিশেষ অভিযোগ বিশেষ বিশেষ অভিমান লৈ ফুৰিছিল। এই অধিকাৰবোৰ পুৰ কৰি কৰি কেতিয়াবা মই আকাশ হৈ গৈছিলো । কেতিয়াবা একেবাৰে শেষৰাতি বৰষুণ হৈ তিতাই দিব লগা হৈছিল শিতানৰ গাৰুটো । কেতিয়াবা অনৰ্গল কথা কৈ আছিল নাম্বাৰটোৱে আৰু চুপ চাপ শুনি গৈছিলো মই। সপোন হৈ দৌৰি ফুৰিছিলো মই দুচকুত, লৈ উভতিছিলো স্বপ্নীল আকাশ।
" মই মৰি গলে তুমিও পাগল হৈ যাবা নহ "। সিদিনাও একো কোৱা নাছিলো। চুপ চাপ হৈ থাকি ভাল লাগে। কেতিয়াবা শব্দৰ ভীষন দুখীয়া হৈ পৰো। আজি চোৱানা শব্দৰে ধনী মই। আজি হাজাৰটা ফোন নং । অথচ বিশেষ মানুহ নাই। প্ৰেম আছে বুকু ভৰি, অথচ ফিলিংছ কাৰো প্ৰতি নাই।এয়াই মই। হয়তো কোনো সীমনাত হেৰাই থাকিল মোৰ স্বপ্ননীল আকাশৰ জোনাক ❤️

©স্বপ্ননীল আকাশ
কওকচোন কিমানজন লৰাই এবাৰো নভবাকৈ কব পাৰিব , আজি তেওঁৰ গার্লফ্রেণ্ড ধর্ষণৰ চিকাৰ হলেও তেঁও গার্লফ্রেন্ডক বিয়া কৰিবলৈ ৰাজি হব ? 😌
..
..
কওকচোন কিমানজনী ছোৱালীয়ে এবাৰো নভবাকৈ কব পাৰিব , তাইৰ বয়ফ্রেণ্ড আজি দুৰ্ঘটনাত এখন হাত বা এখন ভৰি হেৰুৱালেও তেওঁৰ সৈতে বিয়াত বহিবলৈ ৰাজি হব ? .. 😌
...
এই দুটি প্রশ্নৰ দেৱাল খনে বহুতকে বুজাই দিয়ে ভালপোৱা আৰু ৰিলেশ্বনৰ মাজত থকা খোকোজাখিনিক 😓
..
..
বেয়া কিবা ঘটি গলে সেই মানুহজনক লৈ যদি আপুনি টিকি থকাৰ মানসিকতা নাথাকে তেন্তে সেয়া একমাত্ৰ ৰিলেশ্বন, ভালপোৱা নহয়
..
..ৰিলেশ্বন হৈছে , দহজনক দেখি আপুনি এজনক বাচি লৈছে তাকো তেঁওৰ গ্ৰহণযোগ্যতাখিনি বিচাৰ কৰি।
আৰু যেতিয়া দুর্ভাগ্যবশত তেওঁৰ গ্রহণযোগ্যতা কমি গল আপুনিও পাহৰি গল ।😞
..

Follow for more post https://tttttt.me/jonakaxom
..
ভালপোৱাত গ্রহণযোগ্যতা বা অগ্রহণযোগ্যতাক লৈ একো নাহে 😌
..
লৰাটো এতিয়াও বেকাৰ। ইফালে ছোৱালীজনীৰ বিয়াৰ সম্বন্ধ আহিছে । ছোৱালীজনী নানা অজুহাত দেখুৱাই বাৰে বাৰে বিয়া ভাঙি আছে। ৰাতি সাৰে থাকি চিন্তাত চকুত কলা দাগ পৰা ছোৱালীজনীৰ গল্পটো বহুতে নাজানে।
এয়া ভালপোৱা..😌
..
..
বাৰে বাৰে সুন্দৰী ছোৱালী প্রস্তাব প্ৰত্যাখান কৰি লৰাটোৱে তেওঁ কলা চালৰ ছোৱালীজনীৰ সৈতেই সুখ বিচাৰি পায়। এয়াই ভালপোৱা .. .

স্বামীৰ পাঁচবছৰ জেল হৈছে । প্রতিদিন সাক্ষাৎ কৰিবলৈ নিদিয়ে বুলি জানিও পত্নী ৰাতিপুৱা গৈ জেলখানাৰ গেটত বহি থাকে । এয়াই ভালপোৱা.. ..
..
এচিড আক্ৰমণৰ বলি হোৱা পত্নীগৰাকীৰ মুখনি চিনি পোৱা নাযায়। তাৰপিছতো স্বামীৰ বাবে সেই ছোৱালীজনী এতিয়াও ৰাজকন্যা । এয়াই ভালপোৱা..
..
..
শেষকথা, ৰিলেশ্ব্যনশ্বিপত অহাটো সস্তীয়া আৰু সহজ কাম। আজি ৰিলেশ্বন , কালি ৰিলেশ্বন শ্বিপ ষ্টেটাছ দিয়া , পিছদিনা ঘুৰিবলৈ যোৱা , দুয়ো প্ৰেমক যুগল হৈ ফটো আপলোড কৰি ৰোমান্টিক কেপচন লিখা ,কথাই কথাই love u কোৱা এইবোৰ সকলোৱে পাৰে ..
..
..
সকলোৱে কৰিব । কিন্তু ভালপাবলৈ সকলোৱে নোৱাৰে ।
যত ভালপোৱা আছে,তাত নিজৰ সৈতে এটা
honest কমিটমেন্ট
আছে। 😌
..
- আৰু সেইটো হ'ল ..
"যিয়েই নহওঁক কিয় , কাজিয়া কৰি হলেও শেষ পৰ্যন্ত মানুহজনৰ লগত থকাটো। এই শেষ সময়খিনিলৈ ৰবলৈ বহুতে নোৱাৰে।"


শ্বেয়াৰ কৰিব পাৰে

(কপি নকৰে যেন)