Forwarded from NotesMela Education CBSE & SEBA Notes
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য | Class 10 SEBA Social Science Lesson 5
https://gyanveda247.in/seba-notes/class-10-seba-social-science-lesson-5
অতি চমু উত্তৰৰ প্রশ্ন১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?উত্তৰঃ মিৰাট পৰ্যন্ত সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ বিস্তৃত আছিলǀ ২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল ǀ ৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি ?উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা […]

11 Advanced Blogger SEO Settings | 2021 New Interface SEO Tips
Click Here To Read ➡️ https://ift.tt/2UmZMZC
blogging, seo

Ambubachi in Assamese https://youtu.be/GsN6EYP2ZO0
YouTube
অম্বুবাচী কি ? কিয় পালন কৰা হয় অম্বুবাচী ? Ambubasi Mela In ASSAM
নিলাচল পাহাৰত অৱস্হিত দেৱীপীঠ কামাখ্যা দেৱীৰ মন্দিৰ হৈছে অসমৰ গুৱাহাটিত অৱস্হিত হিন্দু ধৰ্মৰ এক প্রাচীন মন্দিৰ | গোটেই ভাৰতবৰ্ষতে ব্যপ্ত হৈ থকা মুঠ ৫১ খন দেৱী পীঠৰ মাজত অন্যতম আৰু গুৰুত্ব পুৰ্ণ এই দেৱীপীঠ(কামাখ্যা) | ইয়াৰে প্ৰধান দুটা উত্সৱ হৈছে অম্বুবাচী…
Channel name was changed to «Assamese Quotes / Assamese Joke / Assamese Meme Jonak Axom»
Channel name was changed to «Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom»
How to start a logistics business in India in 2021: Business Guide
Click Here To Read ➡️ https://ift.tt/3jbgoOu
business

_সু-প্ৰভাত_
_👉🏼আজি দেওবাৰ_
_👉🏼ইংৰাজী ২০২১ চনৰ জুন মাহৰ ২৭ তাৰিখ ।_
_👉🏼অসমীয়া ১৯৪৩ শকৰ আহাৰ মাহৰ ১২ তাৰিখ ।_
_👉🏼আজি বছৰটোৰ ১৭৮ তম দিন,_
_(অধিবৰ্ষত ১৭৯ তম দিন)_
_বছৰটো শেষ হ'বলৈ ১৮৭ দিন বাকি)_
✍🏽১৭৫৯ - আজিৰ দিনটোতে।কুইবেক যুদ্ধ আৰম্ভ হৈছিল।
✍🏽১৯০০ - আজিৰ দিনটোতে স্বেন্ট্রাল লন্ডনত ইলেকট্রিক ৰেলৱৈ আৰম্ভ হৈছিল ।
✍🏽১৯৯১ - চোভেনিয়া আৰু ক্রোয়েছিয়াৰ মাজত গৃহযুদ্ধ আৰম্ভ হৈছিল ।
✍🏽১৯৯১ - আজিৰ দিনটোতে_
_বিখ্যাত ‘কমিউনিস্ট ইস্তেহাৰ’ৰ প্রথম সংস্কৰণৰ এটা কপি লন্ডনত লৈ যোৱাত, তাত ৬৮১০০ ডলাৰত বিক্রি হৈছিল ।
✍🏽২০০৭ - আজিৰ দিনটোতে
গর্ডন ব্রাউন ব্রিটিছ প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিছিল ।
✍🏽১৯৬৭ - আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডেৰ এনফিল্ড চহৰত ।
✍🏽১৮৩৮ - আজিৰ দিনটোতে
"বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়"
উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক গৰাকীৰ জন্ম হৈছিল । (মৃত্যু: ০৮/০৪/৮৯৪)
✍🏽১৯১৫ - আজিৰ দিনটোতে
"আইদেউ সন্দিকৈ"
অসমীয়া অভিনেত্ৰী গৰাকীৰ জন্ম হৈছিল । (মৃ: ২০০২
✍🏽১৯৩৯ - আজিৰ দিনটোতে
"ৰাহুলদেৱ বৰ্মন"
ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী গৰাকীৰ জন্ম হৈছিল । (মৃ.০৪/০১/১৯৯৪)
✍🏽১৯৬৪ - আজিৰ দিনটোতে
"পি. টি. উষা"
ভাৰতৰ এথলেটিক, দৌৰ ৰাণী গৰাকীৰ জন্ম হৈছিল ।
✍🏽১৯১৯ - আজিৰ দিনটোতে
"অমলা শংকৰ"
ভাৰতীয় ব্যালে নর্তকী গৰাকীৰ জন্ম হৈছিল ।(মৃ.২৪/০৭/২০২০)
✍🏽১৮০৬ - আজিৰ দিনটোতে
"অগাস্টাস ডি মর্গান"
ভাৰতত জন্ম গ্রহণ কাৰী ব্রিটিছ গণিতবিদ ও যুক্তিবিজ্ঞানী গৰাকীৰ জন্ম হৈছিল । (মৃ. ১৮৭১)
✍🏽১৮৮০ - আজিৰ দিনটোতে
"হেলেন কেলাৰ"
আমেৰিকান গুৰুত্বপূর্ণ লেখক আৰু ৰাজনৈতিক কর্মী গৰাকীৰ জন্ম হৈছিল । (মৃ.০১/০৬/১৯৬৮)
✍🏽১৮৮৬ - চার্লি ম্যাককার্টনি"
বিখ্যাত অস্ট্রেলীয় ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল । (মৃ. ১৯৫৮)
✍🏽১৯০৩ - আজিৰ দিনটোতে
"সুবোধচন্দ্র সেনগুপ্ত"
ইংৰাজী সাহিত্যৰ দিকপাল শিক্ষক, শেক্সপিয়াৰ সম্পর্কে বিশেষজ্ঞ ও বিশিষ্ট সাহিত্য সমালোচক গৰাকীৰ জন্ম হৈছিল ।(মৃ.০৩/১২/১৯৯৮)
✍🏽১৯২৪ - আজিৰ দিনটোতে
"বব এপলইয়ার্ড"
ইংৰাজ ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।
✍🏽১৯৩৯ - আজিৰ দিনটোতে
নীল হক"
অস্ট্রেলিয়ান ক্রিকেটাৰ আৰু ফুটবলাৰ গৰাকীৰ জন্ম হৈছিল । (মৃ. ২০০০)
✍🏽১৯৫৫ - আজিৰ দিনটোতে
"ইজাবেল আদজানি"
ফৰাচী অভিনেত্রী গৰাকীৰ জন্ম হৈছিল ।
✍🏽১৯৭৫ - আজিৰ দিনটোতে
"টোবি ম্যাগুইয়াৰ"
মার্কিন অভিনেতা ও চলচ্চিত্র প্রযোজক গৰাকীৰ জন্ম হৈছিল ।
✍🏽১৯৮০ - আজিৰ দিনটোতে
"কেভিন পিটাৰচন"
দক্ষিণ আফ্রিকাত জন্মগ্রহণকাৰী বিশিষ্ট ইংৰাজ আন্তর্জাতিক ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।
✍🏽১৯৮৩ - আজিৰ দিনটোতে
"ডেল স্টেইন"
দক্ষিণ আফ্রিকাত জন্মগ্রহণকাৰী ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল ।
✍🏽২০০৮ - আজিৰ দিনটোতে
"শ্যাম মানেকশ"
ভাৰতীয় সেনাবাহিনীৰ প্রথম ফিল্ড মাৰ্চাল গৰাকীৰ মৃত্যু হৈছিল। (জ.০৩/০৪/১৯১৪)
✍🏽১৯৯৮ - আজিৰ দিনটোতে
"নিখিল চক্রবর্তী"
নামি সাংবাদিক আৰু বিশিষ্ট ৰাজনৈতিক ভাষ্যকাৰ ও প্রচাৰ-ভাৰতীয়া বোর্ডৰ প্রথম চেয়াৰমেন গৰাকীৰ মৃত্যু হৈছিল । (জ.০৩/১১/১৯১৩)
✍🏽২০০০ - আজিৰ দিনটোতে
"শঙ্কৰ ভট্টাচার্য"
ভাৰতীয় বঙালী চলচ্চিত্র পৰিচালক আৰু সাহিত্যিক গৰাকীৰ মৃত্যু হৈছিল ।
✍🏽১৯২৮ - আজিৰ দিনটোতে
"উৎকলমণি গোপবন্ধু দাস"
ভাৰতৰ উৰিষ্যা ৰাজ্যৰ প্রখ্যাত সমাজ সংস্কাৰক আৰু কর্মী, কবি, সাংবাদিক ও প্রাবন্ধিক গৰাকীৰ মৃত্যু হৈছিল । (জ.০৯/১০/১৮৭৭)
✍🏽১৮২৯ - আজিৰ দিনটোতে
"জেমচ স্মিথচন"
ইংলিছ বিজ্ঞানী ও দার্শনিক গৰাকীৰ মৃত্যু হৈছিল ।
✍🏽১৮৪৪ - আজিৰ দিনটোতে
"জোচেফ স্মিথ"
আমেৰিকান ধর্মীয় নেতা গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮০৫)
✍🏽১৯১২ - আজিৰ দিনটোতে
"জর্জ বোনৰ"
বিখ্যাত অস্ট্রেলীয় ক্রিকেটাৰ গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮৫৫)
✍🏽১৯৫৭ - আজিৰ দিনটোতে
"ম্যালকম লাউৰি"
ব্রিটিছ কথাসাহিত্যিক গৰাকীৰ মৃত্যু হৈছিল ।
✍🏽১৯৭৯ - আজিৰ দিনটোতে
"বন্দে আলী মিয়া"
বাংলাসদেশৰ প্রখ্যাত কবি, ঔপন্যাসিক, শিশু সাহিত্যিক সাংবাদিক আৰু চিত্রকৰ গৰাকীৰ মৃত্যু হৈছিল । (জ.১৫/১২/১৯০৬)
✍🏽১৯৮৯ - আজিৰ দিনটোতে
"এ. জে. এয়াৰ"
ব্রিটিছ দার্শনিক গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৯১০)
✍🏽২০০১ - আজিৰ দিনটোতে
"জ্যাক লেমন"
আমেৰিকান অভিনেতা গৰাকীৰ মৃত্যু হৈছিল। (জ. ১৯২৫)
ধন্যবাদ
জয় আই অসম

The university which became famous in the post-Gupta Era was
Anonymous Quiz
8%
Kanchi
72%
Nalanda
7%
Vallabbha
14%
Taxila