Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
339 subscribers
742 photos
136 videos
6 files
1.27K links
Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom


blog- www.jonakaxom.in
Download Telegram
মানুহে কয় “টকাৰে সুখ কিনিব নোৱাৰে।”

অনুগ্ৰহ কৰি অনন্ত আম্বানীৰ বিয়াখন এবাৰ চাওক। সেই টকাৰে কি কৰিলে.. সকলোকে কিনিলে..

🫡জাষ্টিন বিবাৰ
🫡 পুৰা বলীউডে আঙুলিত নাচিলে
🫡 কিম কাৰ্দাছিয়ান
🫡 জন চিনাও আহিল

টকাই যিকোনো কাম কৰিব পাৰে বন্ধু... আৰু এতিয়া আকৌ কি প্ৰমাণৰ প্ৰয়োজন??