Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom
351 subscribers
741 photos
136 videos
6 files
1.12K links
Best Assamese Quote, Assamese Status, Story, And News. JonaKaxom is one of the Assamese Best Website Blog In Assam

Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Film - Jonak Axom


blog- www.jonakaxom.in
Download Telegram
Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom pinned «মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক Group link https://tttttt.me/joinchat/EykjeAwLE2V4OJ1v»
Assamese Quotes / Assamese Joke / Assamese Meme / Assamese Film /Assamese Movie - Jonak Axom pinned «😘 Join Assamese Telegram Group And Chat with your Friends ❤️ https://tttttt.me/joinchat/EykjeAwLE2V4OJ1v»
চেলিম ভাইৰ এখন ভৰি নীলা হৈ পৰিল
ডাক্তৰ : ভৰিত বিষ (poison) বিয়পি পৰিল, ভৰিখন কাটিব লাগিব।
দুদিনৰ পাছত আনখন ভৰিও নীলা হৈ পৰিল
ডাক্তৰ : এইখন ভৰিতো বিষ বিয়পিল এইখনো কাটিব লাগিব
এইবুলি দুয়োখন ভৰি কাটি কৃত্ৰিম ভৰি দুখন লগাই দিলে
অলপদিনৰ পাছত কৃত্ৰিম ভৰিদুখনো নীলা হৈ পৰিল
ডাক্তৰ : চেলিম ভাই বেমাৰটো ওলাল, আপোনাৰ লুংগীৰ ৰং যায়, এইবাৰ লুংগীখন সলাব লাগিব।


╭═══════════════════════╮
Ꭻᴏɪɴ ➛https://tttttt.me/Assamesejokesmeme
╰═══════════════════════╯
নগেনৰ পত্নী মালতীয়ে পাকঘৰত অমলেট বনাবলৈ লৈছে৷ নগেন আহি পিছফালৰ পৰা মাত লগালে.....
.
হেৰা ভালদৰে বনাবা......
পিয়াজ বোৰ অলপ মিহিকৈ কাটিব লাগিছিল... ...
.
নিমখ ঠিকমতে দিছা নাই.......
.
তেল অলপ বেছিকৈ দিয়া......
.
ৰবা ৰবা এতিয়াই নিদিবা......
তেল খিনিটো গৰম হবলৈ দিয়া.....
লুটিয়াই দিয়া, লুটিয়াই দিয়া.....
ছেঃ বেছিকৈ ভাজিলা .....

মালতী দমদমাই উঠিল ... হেৰি কি আবুল তাবুল বলকি আছে হে ? মই কিবা অমলেট এটাও বনাব নাজানো বুলি ভাবিছে নেকি ?
.
নগেন :-( মিহিকৈ ) নহয় অ' আমি গিৰিয়েক বোৰে গাড়ী চলাই যাওতে.
.
তোমালোকে কাষত বহি যে এনেকৈ চলাবা,
.
তেনেকৈ চলাবা, ব্ৰেক মাৰা, জোৰত নাজাবা আদি বোৰ কৈ গলে আমাৰ কি অনুভৱ হয় তাকেহে বুজাব খুজিছো৷
..... মালতী বেহুচ.... নগেন খুচ .....🤔🤔😂😂😂


🌺🌹

╭═══════════════════════╮
Ꭻᴏɪɴ ➛https://tttttt.me/Assamesejokesmeme
╰═══════════════════════╯
20+ Assam Village Life Captured In a Lens- A Glimpse Into Assamese Lifestyle
Click Here To Read ➡️ https://ift.tt/2NbJjEy
Lifestyle