Forwarded from FATAFATIDHEMALI ASSAMESE JOKES AND MEME (hims)
নগেনৰ দ্ৰাইভিং লাইচেন্স এখন উলিয়াব লাগে৷ আগতে টকা দিলে দুদিনতে পাই৷ পিছে এই DTO জন বৰ কাঢ়া৷ পৰিক্ষা দিবই লাগিব৷ নগেনে তিনিবাৰ দিয়ো পাছ কৰিব নোৱাৰিলে৷ পৰিক্ষাৰ লগতে যে ধনো দিব লাগে সেই কথা নগেনে নুবুজিলে৷ বন্ধু খগেনে উপায় দিলে...অৰুনাচলৰ পৰা উলিয়াবলৈ৷ পইচা পাতিৰ খেল নাই, অকল নামত ইন্টাৰভিউ এটা হয় আৰু সহজ দুই এটা প্ৰশ্ন সুধে বচ...৷
নগেন পিচদিনাই ইটানগৰ পালেগৈ৷ বেচি দূৰ নহয় সিহতৰ তাৰ পৰা৷ দফলা DTO জনে ইন্টাৰভিউ ললে.... দৰি লওক আপুনি লাগা একটা ঠেক ৰাস্তাতে গাড়ী চলাইকিনে গৈ আছে, আপনাৰ এক চাইদে আছে উঁছা পাহাৰ আৰু এক চাইদে আছে নদী আৰু ছামনে আহি গল দুটা মাইকী, একটা জৱান, একটা বুঢ়ি, আপুনি লাগা কোনটোকে মাৰিব ?
নগেন:-(অলপ ভাবি) বুঢ়িটোকে মাৰি দিম চাৰ৷
নগেন দাইৰেক্ট ফেইল...৷ নগেনে কাউ বাউ কৈ অফিচাৰ জনক ধৰিলে যে আৰু এটা চান্স তাক দিব লাগে৷ অফিচাৰ জনে পুনৰ একেটা প্ৰশ্নকে কৰিলে৷ নগেনে পটককে কলে ... জৱান টোকে মাৰি দিম চাৰ ৷
নগেন আকৌ ফেইল৷ এইবাৰ নগেন গৰগৰাই উঠিল... কি ধেমালি এইবোৰ...বুঢ়িটো মাৰিলেও ফেইল, জৱানটো মাৰিলেও ফেইল... তেন্তে কি হব উত্তৰ?
অফিচাৰ জনেও দাং খাই উঠিল .... তই লাগা মাইকি কেইটাৰ পিচত কিয় লাগি আছ, ব্ৰেকটোকে মাৰিবি, ব্ৰেকটোকে৷ নাইহলে তুৰ লাগা গাড়ীটো এক্সিদেন্ট হৈ যাব ৷
🤔☹
╭═══════════════════════╮
Ꭻᴏɪɴ ➛https://xn--r1a.website/Assamesejokesmeme
╰═══════════════════════╯

Life Quotes In Assamese Language |Assamese Quote About life
Click Here To Read ➡️ https://ift.tt/3s7h21c
assamese quote, বিবিধা

Diwali Assamese Wishes 2021 Assamese Photo Assamese SMS Whatsapp Status
Click Here To Read ➡️ https://ift.tt/3cQEoS6
assamese motivational quote, assamese quotes on life, জ্ঞানৰ সফুঁৰা, সফুঁৰা

Top Assamese Quotes On Love | Assamese Status , Caption | Assamese Love Status
Click Here To Read ➡️ https://ift.tt/3vJw1QU
assamese quote

Free Assamese Novel Daini Part 23 ডাইনী Assamese Novel Pdf Free
Click Here To Read ➡️ https://ift.tt/3vJ4S0E
assamese horror story, assamese vutor story, মিষ্ট্ৰিয়াচ নাইট

Happy Holi Assamese Quote Assamese Sms, Caption, Song Download
Click Here To Read ➡️ https://ift.tt/2NyLFgX
assamese quote
Click Here To Read ➡️ https://ift.tt/2NyLFgX
assamese quote
How .net Provides Solutions For Businesses | Things You Should Know
Click Here To Read ➡️ https://ift.tt/3r5LUxN
business

কেতিয়াৰ পৰা মোৰ ফ্ৰেণ্ড লিষ্টত আছিল সেয়া মই নাজানো..! এতিয়া তাই কয় যে, আজি প্ৰায় চাৰি বছৰ ধৰি মোৰ ফ্ৰেণ্ড লিষ্ট খনত তাইজনী সোমাই আছিল..! কেতিয়াবা মোৰ লিখা বোৰত সকলোৰে দৰে তাইও কমেন্ট কৰিছিল..! মইও প্ৰত্যেককে যেনেকৈ ব্যৱহাৰ কৰোঁ কমেন্টত সমান ভাবোঁ, তাইকো তেনে কৰিছিলোঁ..! গুৰুত্ব সকলোকে দিয়াৰ অপ্ৰাণ চেষ্টা মোৰ সদায়..! সদায় লিখাৰ দৰেই সিদিনাও লৈছিলোঁ কিবা এটা..! সাধাৰণতে মই লিখাবোৰৰ আগত নাম চিলেক্ট কৰি নলওঁ..! লিখাৰ অনুভৱত যি নাম মনত আহে তাকেই প্ৰকাশ কৰোঁ..! কাকলি এজনী সহজ সৰল ছোৱালী..! আজি কালি যিমানখিনি স্মাৰ্ট হ'ব লাগে সেয়া তাই হ'ব পৰা নাছিল..! মুখত দুখৰ ছাঁ এটাই খেলি থাকে তাইৰ..! সহজে একো বুজিব নোৱাৰা তাইজনী কেতিয়াবা ভোক লগা নাই বুলি শুই থাকে..! লগৰ লগত কথা পাতি তাই বহুত ভাল পাইছিল, অলসভাৱে কোনোবা বান্ধৱীৰ গাত ভৰ দি কৈ গৈছিল তাইৰ মনৰ কথাবোৰ..! মানুহে হেনোঁ যুদ্ধ কৰি জীয়াই থাকিব লাগে..! নম্ৰ হাঁহিমুখীয়া মুখখনত তথাপিও যেন বহুত কিবাকিবি সোমাই আছিল সেয়া বুজাব নোৱাৰা..! এজনী ছোৱালী হৈ জন্ম লোৱাৰ কাহিনী আছিল..! যি কাহানিৰ মূল চৰিত্ৰত আছিল কাকলি নামটো..! কাহিনীটো ফেচবুকত আপডেট দিয়াৰ পিছত ফ্ৰেণ্ড লিষ্টত থকা কাকলিয়ে কমেন্ট কৰিলে, দাদা মন চুই গ'ল..! কাহিনীৰ নামটোত মোক ৰখাৰ বাবে ধন্যবাদ আপোনাক..! আপোনাৰ লিখনি সমূহ প্ৰায়ে পঢ়া হয় মোৰ..! অনুভৱ বোৰ মিলি যায়..! ভালে থাকক সদায়..! আৰম্ভণি এনেকৈয়ে হৈছিল আমাৰ..! এদিন মইও কাকলিৰ ফটোত কমেন্ট কৰিলোঁ ভাল লাগিছে বুলি..! তাইও thank you ক'লে..! তাইৰ আগৰ পৰাই মোক যে ভাল লাগে সেয়া মই নাজানো..! লাহে লাহে মেছেজত কথা পতা হ'লো..! এদিন ৰাতি হঠাতে তাই কৈ উঠিল ভাল লাগে তোমাক, ভাল পাওঁ..! Love you ❤️
মই কেৱল( 😍😍😍😍) এই ইমোজি কেইটা পঠিয়াই দিলোঁ উত্তৰ মোৰ হাতত একো নাই..! নাজানোঁ কিয়, ভালপাওঁ বুলি ক'লে কোনোবাই বুকুত অজস্ৰ মৰমে ঠাই পায় মোৰ..! সদায় তাই ভালপাওঁ বুলি কয়, মই সদায় 😍😍😍😍, এইটো ইমোজি দিওঁ..! এদিন মোক জোৰ কৰি ক'লে কচোন ভাল পাওঁ বুলি..! মই কলোঁ, তোমাৰ ফটো আমাৰ ঘৰত দেখুৱাম..! তাই হাঁহি ক'লে ধেত..! সিদিনা মই পোষ্ট কৰিছোঁ তোমাক কোনোবাই সুধিব আহিব খুজিলে কোনখন ফটো পঠাবা দৰা ঘৰীয়া মানুহক..! বহুতে সেইদিনা ফটো কমেন্টত দিছিল..! তাইৰ ফটোখন লৈ মই আমাৰ ঘৰত দেখুৱালোঁ..! এইজনী ছোৱালী চোৱাচোন কেনেকুৱা হ'ব মোৰ বাবে..! ঘৰৰ মানুহে একেমুখে কৈ উঠিল মিলিব দুয়োকে..! তাই গম পাইছিল ফটো ঘৰত পঠোৱা বুলি, বাৰে বাৰে সুধি আছিল কি ক'লে ঘৰৰ মানুহে..! মই কলোঁ পচন্দ হৈছে..! তাই সেইদিনা সুখী হ'ল বহুত..! আমাৰ ঘৰৰ মানুহে এদিন চাই আহিল তাইক..! সিহঁতৰ ঘৰৰ মানুহে ক'লে ল'ৰা নোচোৱাকৈ আমি ছোৱালী নিদিওঁ..! এদিন মই গলোঁ সিহঁতৰ ঘৰত..! তাই মেছেজত বাৰে বাৰে কৈ আছিল, এদিনো দেখা নাই মোক দেখাৰ পিছত যদি অপছন্দ হয় তেতিয়া কি হ'ব..? মই কৈছিলোঁ ভাল লগা বেয়া লগা নিজৰ ইচ্ছামতে কৰি ল'ব পাৰি..! সিহঁতৰ ঘৰত বহিলোঁ তাই পানী লৈ আহিল..! থৰথৰকৈ কঁপিবলৈ ধৰিছিল পানীৰ ট্ৰে খন..! মই হাঁহি কৈছিলোঁ মই বতাহ নহয়..! তাই মুখখন বেকাঁ কৰি দিছিল..! কোনোধৰণৰ মুলধন নোহোৱা ল'ৰা এজনক তাই পচন্দ কৰি কি সুখ পালে নাজানো..! তাই জানে চাগে ভাগ্য সদায় একে নাথাকে..! কষ্টত এদিন সুখী হ'ব পৰা যাব..! কোনোধৰণৰ আপত্তি নকৰি তেওঁলোকৰ ঘৰখনে তাইক মোৰ লগত বিয়া পাতি দিয়াৰ কথা ঘোষণা কৰিলে..! এনেকৈয়ে ২৮ ফেব্ৰুৱাৰীত আমাৰ বিয়া হৈ গ'ল..! কেতিয়াবা মাজৰাতি মই কানৰ কাষত তাইক ফুচফুচাই সুধো, কিমান ভালপোৱা মোক..? তাই মোৰ চকুলৈ চাই থাকে..! যেন সেয়া বুজাব নোৱাৰা ভালপোৱা..! তেতিয়া মই বুকুত উপলব্ধি কৰোঁ, মোক ভালপোৱা মানুহ পাইছোঁ..! মই যিমানখিনি তাইক ভালপোৱা দিম, তাইও মোক সিমানখিনি ভালপোৱা দিব ❤️ মৰমৰ কোনোদিনে অৱহেলা নকৰোঁ..! ভালপোৱাই মানুহক আপোন কৰি ৰাখে প্ৰতি সময়ত..! এতিয়া ইমান ভালপোৱা বহুত ভালপোৱা..! এয়া ঈশ্বৰৰ দান..! যি পোৱা যায় ❤️
-ঈশান্ত প্ৰিয়ম গোস্বামী
❤️ ❤️